Subscribe
URL of the page has been copied to clipboard.
Meaning : যʼত সোৱাদ আছে বা যি সোৱাদেৰে ভৰপূৰ
Example : সুস্বাদু আহাৰ ৰান্ধিবলৈ কোনোৱে মোৰ পৰা শিকক
Synonyms : সোৱাদযুক্ত, স্বাদযুক্ত
Meaning : যাৰ সোৱাদ ভাল
Example : আজিৰ আহাৰ বহুত সুস্বাদু আছিল
Install App