Subscribe
URL of the page has been copied to clipboard.
Meaning : ভাল চৰিত্রৰ বা যাৰ চাল-চলন ভাল
Example : চৰিত্রবান লোকহে সমাজৰ প্রকৃত কর্ণ্্ধাৰ স্বৰূপ হʼব পাৰে
Synonyms : চৰিত্রবান, শিষ্টাচাৰী, সচ্চৰিত্র, সদাচাৰী
Meaning : যাৰ স্বভাৱ ভাল
Example : সৌম্য লোকে নিজৰ আচৰণৰ দ্বাৰা সকলোৰে হৃদয় জয় কৰে
Synonyms : সুজন, সৌম্য
Meaning : অত্যন্ত সুন্দৰ
Example : সীতাৰ লʼৰাটো বৰ ধুনীয়া
Synonyms : ধুনীয়া, সুচাৰু
Install App