Subscribe
URL of the page has been copied to clipboard.
Meaning : যি লিখা-পঢ়া জানে বা যিয়ে শিক্ষাগ্রহণ কৰিছে
Example : শিক্ষিতসকলে শিক্ষাৰ প্রচাৰ-প্রসাৰ কৰা উচিত
Synonyms : পঢ়া-লিখা জনা-, লিখা-পঢ়া জনা-, শিক্ষিত, সাক্ষৰ
Meaning : যিয়ে অধিক বিদ্যা আহৰণ কৰিছে
Example : আজিৰ সভাত কেইবাজনো বিদ্বানে ভাষণ প্রদান কৰিছিল
Synonyms : কৃতবিদ্য, জ্ঞানী, বিজ্ঞ, বিদগ্ধ, বিদ্বান, বিদ্যাৱান, সুধী
Meaning : যিয়ে ভাল শিক্ষা লাভ কৰিছে
Example : সুশিক্ষিত লোকৰ সংগ লোৱাটো ভাল
Install App