Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word সুখবৰ from অসমীয়া dictionary with examples, synonyms and antonyms.

সুখবৰ   বিশেষ্য

Meaning : যি বাতৰি বা খবৰ শুনি আনন্দ পোৱা যায়

Example : গজাননৰ বিয়াৰ সুখবৰ শুনি ্সহকর্মীসকল আনন্দত অধীৰ হৈ পৰিল

Meaning : শুভ বা ভাল বাতৰি

Example : তেওঁ পুত্র লাভৰ সু-খবৰ পালে

Synonyms : শুভ বার্তা, শুভ সমাচাৰ, সু-খবৰ