Subscribe
URL of the page has been copied to clipboard.
Meaning : যাৰ সীমা নাই
Example : সাধুজনে ভগৱানৰ অসীম লীলাৰ গুণ-গান বখানি আছে
Synonyms : অপাৰ, অপৰিসীম, অবাধ, অসীম
Meaning : যাৰ বা যʼত কোনো সীমা নাই
Example : তেওঁ সীমাহীন যাত্রাত গৈছে, তেওঁৰ ঘূৰি আহিবলৈ দহ দিনো লাগিব পাৰে বা এশ দিনো লাগিব পাৰে
Synonyms : নিৰৱধি
Install App