Subscribe
URL of the page has been copied to clipboard.
Meaning : বেজী-সূতা আদিৰে কোনো ডাঙৰ বস্তুত সৰু বস্তু জোৰা দিয়া
Example : লতাই কুর্তাটোত বুটাম লগাই আছে
Synonyms : চিলাই কৰা, জোৰা লগোৱা, লগোৱা, সীৱন কৰা
Meaning : কাপোৰৰ টুকুৰাক সুতা আদিৰ সহায়ত জোৰা লগোৱা কার্য
Example : দর্জীয়ে চোলা চিলাই আছে
Synonyms : চিলাই কৰা, চিলোৱা, সীয়ন কৰা
Install App