Subscribe
URL of the page has been copied to clipboard.
Meaning : আন ফালৰ বা সেই ফালৰ
Example : শ্যাম সিফালে আছে
Synonyms : অইন দিশে, অইনফালে, অন্যদিশে, আনফালে, সিকাষে, সেই ফালে, সেই মুখে, সেইকাষে, সেইঢালে, সেইদিশে, সেইপিনে, সেইফালে
Meaning : আনটো ফালৰ দিশ
Example : এই বেংকটো ৰাস্তাটোৰ সিপাৰে আছে
Synonyms : আনপাৰে, আনফালে, সিটো ফালে, সিপাৰে
Install App