Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word সিন্ধী from অসমীয়া dictionary with examples, synonyms and antonyms.

সিন্ধী   বিশেষ্য

Meaning : সিন্ধু প্রদেশৰ অধিবাসী

Example : এই নগৰখনৰ অর্থব্যৱস্থাত সিন্ধীসকলৰ বহুত ডাঙৰ অৱদান আছে

Meaning : যি লিপিত সিন্ধী ভাষা লিখা হয়

Example : শ্রদ্ধাই সিন্ধী পঢ়িব পাৰে

Synonyms : সিন্ধী লিপি

Meaning : সিন্ধুৰ ভাষা

Example : ৰাজ্য চৰকাৰ সিন্ধী আৰু ্উর্দুৰ বিকাশৰ কাৰণে সচেতন

Synonyms : সিন্ধী ভাষা, সিন্ধী-ভাষা

সিন্ধী   বিশেষণ

Meaning : সিন্ধু প্রদেশত বসতি কৰোতা

Example : উল্হাস নগৰত থকা সিন্ধী লোকৰ ইউ এছ এ নামৰ এটা সংগঠন আছে

Synonyms : সিন্ধী বাসী, সিন্ধীবাসী

Meaning : সিন্ধী ভাষাৰ সৈতে সম্বন্ধিত বা সিন্ধী ভাষাৰ

Example : তেওঁ নিজৰ সিন্ধী গ্রন্থৰ ইংৰাজীলৈ অনুবাদ কৰি আছে