Meaning : যি নিয়ম আদিৰ অনুসৰি সঠিক হয়
Example :
এইটো ব্যাকৰণ সিদ্ধ শ্্ব্দ নহয়
Meaning : যিটো পানীত উতলাই সিজোৱা হৈছে
Example :
ৰাতিপুৱাৰ আহাৰত তেওঁ সিজোৱা কণী খায়
Synonyms : সিজোৱা
Meaning : তর্ক ্বা প্রমাণেৰে সঠিক বুলি মানি লোৱা
Example :
ৰামে নিজে নিজকে নির্দোষ বুলি প্রমাণিত কৰিবৰ কাৰণে বহুত কষ্ট কৰিলে
Synonyms : প্রমাণিত