Meaning : সিংহল দ্বীপৰ অধিবাসী
Example :
সিংহলী আৰু তামিল দুয়োপক্ষই শ্রীলংকাৰ সমস্যাৰ শীঘ্রে সমাধান হোৱাটো বিচাৰে
Synonyms : শ্রীলংকা বাসী, শ্রীলংকা-বাসী, শ্রীলংকাবাসী, সিংহল
Meaning : সিংহল দ্বীপৰ ভাষা
Example :
শ্রীলংকাত সিংহলী তথা তামিল দুয়োটা ভাষাৰ প্রচলন আছে
Meaning : পালি, সিংহলী আদি ভাষা লিখা লিপি
Example :
তেওঁ সিংহলীত লিখা শ্্ব্দবোৰ পঢ়িবলৈ চেষ্টা কৰি আছে
Synonyms : সিংহলী লিপি
Meaning : সিংহল দ্বীপ বা সিংহল দ্বীপৰ সৈতে সম্বন্ধ থকা
Example :
সিংহলী সমস্যাই দেশৰ বিকাশত বাধা-প্রদান কৰি আছে
Synonyms : শ্রীলংকান
Meaning : সিংহল দ্বীপত থকা
Example :
বোমা বিস্ফোৰণত ভালেমান সিংহলী সৈন্য নিহত হʼল
Meaning : সিংহলী ভাষা সম্বন্ধীয় বা সিংহলী ভাষাৰ
Example :
মই সিংহলী সাহিত্য পঢ়িবলৈ ভাল পাওঁ