Subscribe
URL of the page has been copied to clipboard.
Meaning : ডিঙিত কেশৰ থকা মেকুৰী প্রজাতিৰ আটাইতকৈ বেছি বলবান হিংস্র বনৰীয়া জন্তু
Example : কবিয়ে এই কবিতাটোত শিৱাজীক সিংহৰ লগত তুলনা কৰিছে
Synonyms : কেশৰী, পশুৰাজ, মৃগপতি, মৃগেন্দ্র, মৃগৰাজ
Meaning : জ্যোতিষ শাস্ত্র অনুসৰি দ্বাদশ ৰাশিৰ মাজৰ পঞ্চম ৰাশি
Example : এই সময়ত সূর্য্য সিংহত আছে
Synonyms : সিংহ ৰাশি, সিংহৰাশি
Meaning : সিংহ জাতিৰ মতা
Example : সিংহৰ ডিঙিত দীঘল দীঘল কেশৰ থাকে
Synonyms : কেশৰী, পশুৰাজ, মতা সিংহ, মৃগপতি, মৃগেন্দ্র, মৃগৰাজ
Install App