Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word সাৱধান কৰা from অসমীয়া dictionary with examples, synonyms and antonyms.

সাৱধান কৰা   ক্ৰিয়া

Meaning : সাৱধান কৰিবৰ কাৰণে প্রথমৰ পৰা জাননী দিয়া

Example : বতৰবিজ্ঞান বিভাগে মাছমৰীয়াসকলক সাগৰলৈ নাজাবলৈ সতর্ক্্বাণী শুনালে

Synonyms : সতর্ক ্কৰা, সতর্ক্্বাণী শুনা, সাৱধানবাণী শুনা

Meaning : সাৱধান বা হুচিয়াৰ কৰা

Example : মাক-দেউতাকে নিজৰ লʼৰা-ছোৱালীক ভুল নকৰিবৰ কাৰণে সদায় সাৱধান কৰি থাকে

Synonyms : সকিয়াই থকা