Meaning : খেতিৰ ফচল বৃদ্ধি হʼবৰ কাৰণে খেতিত দিয়া গেলা-পচা বস্তুৰে প্রস্তুত কৰা পদার্থ ্ বা কৃত্রিম পদার্থ
Example :
খেতিত সাৰ প্রয়োগ কৰিলে তাৰ উর্বৰ্া শক্তি বৃদ্ধি হয়
Meaning : কোনো পদার্থ আদিৰ বাস্তৱিক বা প্রধান অংশ
Example :
এই অধ্যায়টোৰ সাৰ এইটোৱেই যে আমি সদায় সঁ্চা কথা কোৱা উচিত
Synonyms : তত্ত্ব, শ্রেষ্ঠাংশ, সাৰ তত্ত্ব, সাৰ বস্তু