Meaning : কোনো বিশেষ সম্প্রদায়ৰ সৈতে সম্বন্ধ ৰাখোঁতা
Example :
জৈনসকলৰ সাম্প্রদায়িক মতানুসৰি যিকোনো জীৱৰ হত্যা কৰাটো মহাপাপ
Meaning : সম্প্রদায়ৰ সৈতে সম্বন্ধ ৰাখোঁতা বা সম্প্রদায়ৰ
Example :
ধর্মীয় কাৰণত বহুবাৰ দেশত গোষ্ঠীগত ্সংঘর্ষ হৈ আহিছে
Synonyms : গোষ্ঠীগত