Subscribe
URL of the page has been copied to clipboard.
Meaning : সামান্য বা সাধাৰণ হোৱাৰ ভাব বা অৱস্থা
Example : চাৰিত্রিক সৰলতা ডাঙৰ-ডাঙৰ বিদ্বানৰ এক গুণ
Synonyms : অমায়িকতা, ঋজুতা, সহজতা, সৰলতা
Meaning : কমি যোৱা অৱস্থা বা ভাব
Example : সময় কম হোৱা কাৰণে মই তালৈ যাব নোৱাৰিলো
Synonyms : অকুলন, অপর্যাপ্ততা, অপর্যাপ্তি, অপ্রতুলতা, অপ্রাচুর্য্য, অভাৱ, অল্পতা, অল্পত্ব, কম, চুটা, টুটনি, নাটনি, ন্যূনতা, স্বপ্লতা, স্বপ্লত্ব
Install App