Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word সামর্থ্য from অসমীয়া dictionary with examples, synonyms and antonyms.

সামর্থ্য   বিশেষ্য

Meaning : কিবা কৰিব পৰা শক্তি

Example : তোৰ শকতি নো কিমান যে মই তোক দেখি ভয় খাম

Synonyms : শকতি

Meaning : জ্ঞান, অনুভব, শিক্ষা আদিৰ সেই বিশেষ গুণ যাৰ আধাৰত কোনোৱে যিকোনো কাম বা পদৰ কাৰণে উপযুক্ত হিচাপে বিবেচিত হয়

Example : প্রতিযোগিতামূলক পৰীক্ষাৰ দ্বাৰা বিদ্যার্থীৰ যোগ্যতা বিচাৰ কৰি চোৱা হয়

Synonyms : উপযুক্ততা, ক্ষমতা, যোগ্যতা

Meaning : ক্ষমতাৰে পৰিপূর্ণ ্হোৱা অৱস্থা বা ভাব

Example : আপোনাৰ ক্ষমতাৰ কাৰণে এই কামটো হৈ উঠিল

Synonyms : ক্ষমতা, শক্তি

Meaning : কোনো স্থান বা কথাৰ ওচৰ পোৱাৰ শক্তি বা সামর্থ্য

Example : এইটো কাম মোৰ সামর্থ্যৰ বাহিৰৰ ্তেওঁৰ প্রধানমন্ত্রীলৈকে হাত আছে

Synonyms : দখল, হাত