Subscribe
URL of the page has been copied to clipboard.
Meaning : জনসাধাৰণ বিশেষকৈ গ্রাম্যলোকৰ মাজত প্রচলিত গাথা বা কাহিনী
Example : সৰুতে আইতাৰ পৰা সাধু শুনিবলৈ খুউব জোৰ কৰিছিলো
Synonyms : গল্প, লোক কথা, লোক কাহিনী, লোককথা
Meaning : সংসাৰিকতাৰ পৰা আঁতৰি থকি ধার্মিক জীৱন কটোৱা পুৰুষ
Example : সাধুৰ জীৱন পৰোপকাৰতেই পাৰ হয়
Synonyms : মহাত্মা, সন্ত
Meaning : সন্ন্যাস আশ্রমত থকা বা তাৰ নিয়ম পালন কৰা ব্যক্তি
Example : চিত্রকূটত মই এজন ডাঙৰ সন্ন্যাসীক লগ পালো
Synonyms : বৈৰাগী, সন্ত, সন্ন্যাসী
Meaning : মনত কোনো বেয়া ভাব বা কপটতা নৰখা
Example : গুণী ব্যক্তিয়ে সকলোতে সন্মান লাভ কৰে
Synonyms : অকপটীয়া, ঋজু, গুণী, যোগ্য, সজ, সত্যাচাৰী, সদাচাৰী, ৰিজু
Meaning : যি সকলোৰে লগত ভাল, উচিত আৰু প্রিয় ব্যৱহাৰ কৰে
Example : সজ্জন লোকে যিকোনো পৰিস্থিতিত আনৰ ভাল চিন্তা কৰে
Synonyms : ভাল, সজ্জন, সুজন, সৎ
Install App