Subscribe
URL of the page has been copied to clipboard.
Meaning : কার্য আৰম্ভ কৰি সিদ্ধ বা সম্পূর্ণ ্কৰা কার্য
Example : তেওঁ ্যোগৰ দ্বাৰা স্বাস্থ্য সাধনত নিপুনতা লাভ কৰিলে
Meaning : যাৰ সহায়ত কোনো কাম সমাধা কৰা হয়
Example : কুঠাৰ এবিধ সাধাৰণ সঁজুলি
Synonyms : উপকৰণ, যতন, সঁজুলি, হাতিয়াৰ, হাথিয়াৰ
Meaning : যাৰ দ্বাৰা বা যাৰ সহায়ত কোনো কাম আদি সিদ্ধি হয়
Example : বাহন ভ্রমণৰ এক মাধ্যম
Synonyms : মাধ্যম
Meaning : কোনো বস্তু সাজিবলৈ বা কোনো কামত ব্যৱহৃত বস্তু
Example : তেওঁ ্ বজাৰৰ পৰা নিজৰ লʼৰা-ছোৱালীৰ কাৰণে বিভিন্ন ধৰণৰ খেলা সামগ্রী কিনিলে
Synonyms : উপকৰণ, সামগ্রী
Install App