Meaning : চল্লিশৰ লগত সাত যোগ কৰিলে পোৱা সংখ্যা
Example :
বিশ আৰু সাতাইশ মিলি সাতচল্লিশ হয়
Meaning : চল্লিশ আৰু সাত
Example :
এই ভৱনটো সাজিবৰ কাৰণে সাতচল্লিশডাল গছ কাটিব লগা হʼল
Synonyms : দুকুৰি সাত, ৪৭