Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word সাজোন-কাচোন from অসমীয়া dictionary with examples, synonyms and antonyms.

সাজোন-কাচোন   বিশেষ্য

Meaning : উপৰুৱাকৈ কৰা শৃংগাৰ

Example : শীলাই কʼৰবালৈ যোৱাৰ আগতে ঘণ্টা ধৰি সাজন-কাচন কৰে

Synonyms : সাজন-কাচন

Meaning : সাজ-সজ্জা কৰা বা সজ্জিত হোৱা কার্য

Example : বেছিভাগ মহিলাই সাজোন-কাচোন কৰিহে ঘৰৰ পৰা বাহিৰলৈ ওলায় মোৰ সাজোন-কাচোন কৰি ভাল নালাগে

Synonyms : সাজ-সজ্জা

Meaning : আ-অলংকাৰ, কাপোৰ আদিৰে স্ত্রীসকলে নিজকে নিজে সজোৱা কার্য

Example : সীতাই প্রসাধন-কক্ষত এঘণ্টা ধৰি ৰূপসজ্জা কৰি আছে

Synonyms : শৃংগাৰ, শৃঙ্গাৰ, সাজ-সজ্জা, ৰূপসজ্জা

সাজোন-কাচোন   বিশেষণ

Meaning : যি সাজ-সজ্জা কৰিছে

Example : সমাৰোহলৈ উপস্থিত প্রত্যেক ব্যক্তিয়ে সাজোন-কাচোন কৰি আহিছিল