Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word সাজ-সজ্জা from অসমীয়া dictionary with examples, synonyms and antonyms.

সাজ-সজ্জা   বিশেষ্য

Meaning : সাজ-সজ্জা কৰা বা সজ্জিত হোৱা কার্য

Example : বেছিভাগ মহিলাই সাজোন-কাচোন কৰিহে ঘৰৰ পৰা বাহিৰলৈ ওলায় মোৰ সাজোন-কাচোন কৰি ভাল নালাগে

Synonyms : সাজোন-কাচোন

Meaning : অলংকৃত কৰা বা সজোৱা কার্য

Example : ৰাজকুমাৰৰ ৰাজ-অভিষেক উপলক্ষে ৰাজপ্রাসাদৰ সাজ-সজ্জা চকুত লগা ধৰণে কৰিছিল

Synonyms : অলংকৰণ

Meaning : আ-অলংকাৰ, কাপোৰ আদিৰে স্ত্রীসকলে নিজকে নিজে সজোৱা কার্য

Example : সীতাই প্রসাধন-কক্ষত এঘণ্টা ধৰি ৰূপসজ্জা কৰি আছে

Synonyms : শৃংগাৰ, শৃঙ্গাৰ, সাজোন-কাচোন, ৰূপসজ্জা