Subscribe
URL of the page has been copied to clipboard.
Meaning : সমুদ্র সম্বন্ধীয় বা সমুদ্রৰ
Example : তিমি একপ্রকাৰ সামুদ্রিক জীৱ
Synonyms : সামুদ্রিক
Meaning : যি জাহাজ বা নৌপৰিবহন আদিৰ সৈতে সম্বন্ধিত বা যʼত নৌপৰিবহন, নাৱিক আদি জড়িত হৈ থাকে
Example : সাগৰীয় সন্মিলনৰ সময়ত নাৱিকসকলক নতুন নতুন কথাৰ সৈতে পৰিচিত কৰোৱা হʼল
Meaning : সাগৰৰ পৰা উৎপন্ন
Example : তেওঁ মুকুতা, শংখ আদি সাগৰীয় বস্তুৰ ব্যৱসায় কৰে
Install App