Meaning : যি লিখা-পঢ়া জানে বা যিয়ে শিক্ষাগ্রহণ কৰিছে
Example :
শিক্ষিতসকলে শিক্ষাৰ প্রচাৰ-প্রসাৰ কৰা উচিত
Synonyms : পঢ়া-লিখা জনা-, লিখা-পঢ়া জনা-, শিক্ষিত, সুশিক্ষিত
Meaning : লিখা-পঢ়া জনা বা শিক্ষা গ্রহণ কৰা ব্যক্তি
Example :
শিক্ষিতজনেহে দেশৰ নেতৃত্ব দিয়া উচিত
Synonyms : পঢ়া-লিখা ব্যক্তি, শিক্ষিত