Subscribe
URL of the page has been copied to clipboard.
Meaning : কোনো ঘটনা আদিৰ বিষয়ত কাৰোবাৰ সন্মুখত এইবুলি কোৱা কার্য যে এনেকুৱাই হʼল বা নহʼল বা এনেকুৱাই হয় বা নহয়
Example : আজিকালি মানুহে টকাৰ কাৰণে মিছা সাক্ষীও দিবলৈ কুণ্ঠাবোধ নকৰে
Synonyms : সাক্ষী
Meaning : কোনো কথাৰ সত্য বা অসত্য নি্র্ণয় কৰিবলৈ দিয়া বক্তব্য বা তত্ত্ব
Example : প্রমাণ নোপোৱাৰ কাৰণেই অপৰাধীজন বাচি গʼল
Synonyms : চবুত, প্রমাণ
Install App