Meaning : যিটো সংকেতৰ ৰূপত আছে
Example :
তেওঁলোক দুজনে সাংকেতিক ভাষাত কথা পাতি আছে
Meaning : সংকেত দিয়া
Example :
শিশুটোৱে দোকানত সাংকেতিক খেলনাটো লʼবৰ কাৰণে জিদ ধৰিছিল
Synonyms : সংকেতপূর্ণ, সংকেতময়, সঙ্কেতপূর্ণ, সঙ্কেতময়, সাঙ্কেতিক