Subscribe
URL of the page has been copied to clipboard.
Meaning : সমাপ্ত হোৱাৰ ভাব বা কার্য
Example : মহাত্মা গান্ধীৰ দেহাৱসানৰ লগে লগে এটা যুগৰ অন্ত পৰিল
Synonyms : অন্ত, অৱধি, অৱসান, ইতি, উপসংহাৰ, ওৰ, খতম, নিঃশেষ, নিষ্পত্তি, নিষ্পাদন, পতন, পৰিসমাপ্তি, যতি, যৱনিকা, শেষ, শেহ, শেহান্তৰ, সমাধা, সমাপন, সমাপ্তি, সম্পূর্ণ
Meaning : কোনো বস্তু আদি সমাপ্ত হোৱা ভাব বা অৱস্থা
Example : কলিযুগত অন্ত নিশ্চিত
Synonyms : অন্ত, অৱসান, ইতি, ওৰ, পৰিসমাপ্তি, যতি, শেষ, শেহ, সমাপ্তি
Install App