Subscribe
URL of the page has been copied to clipboard.
Meaning : ভাল নোপোৱা কোনো বস্তু, ব্যক্তি বা পৰিস্থিতিক নিবিচৰা স্বত্বেও স্বীকাৰ কৰি লোৱা:বিয়াৰ পিছত শীলাই বহুত দিনলৈকে শহুৰেকৰ ঘৰৰ অত্যাচাৰ সহ্য কৰি থাকিল নিজৰ ভনীয়েকৰ কাৰণেই তেওঁ সকলো অপমান মানি লʼলে
Example :
Synonyms : মানা, মানি লোৱা, সহা
Meaning : হৈ থকা অপৰাধৰ বিৰুদ্ধে একো নোকোৱা
Example : ইংৰাজৰ শাসনকালত ভাৰতবাসীয়ে বহুত সহ্য কৰিছিল
Synonyms : সহা
Install App