Subscribe
URL of the page has been copied to clipboard.
Meaning : অনুকম্পা বা দয়া কৰা কার্য
Example : সকলোৰে প্রতি সহানুভূতি ্প্রদর্শন ্কৰাই আমাৰ ধর্ম
Synonyms : অনুকম্পা
Meaning : কাৰোবাৰ দুখ দেখি ্ তেওঁৰ দুখত দুখী হোৱা অৱস্থা বা ভাব
Example : সাধুলোক সদায় আনৰ প্রতি সহানুভূতিশীল
Synonyms : সমবেদনা
Install App