Subscribe
URL of the page has been copied to clipboard.
Meaning : যিয়ে কোনো কামত সকলো ধৰণৰ অধিকাৰ লাভ কৰে
Example : এই অনুষ্ঠানটোৰ সর্বেসর্বা হʼল মহাজন মোহনদাস, কিয়নো তেওঁৰ ্ চোৱা-চিতাতেই এই কামটো হৈ উঠিছে
Synonyms : হর্তা-কর্তা
Meaning : কোনো ঘৰ, দল বা সমাজ আদিৰ মুখ্য ব্যক্তি
Example : অটল বিহাৰী বাজপেয়ী বিজেপিৰ প্রধান আছিল
Synonyms : অধিকাৰী, অধিপতি, গুৰি ধৰোতা, প্রধান, মুখিয়াল, মুৰব্বী
Install App