Subscribe
URL of the page has been copied to clipboard.
Meaning : স্ত্রীৰ সৈতে পুৰুষে কৰা সহবাস
Example : অনুচিত সম্ভোগত ভালেমান ৰোগ সংক্রমিত হʼব পাৰে ব্রহ্মচাৰীলোক মৈথুনৰ পৰা বিৰত থাকে
Synonyms : মৈথুন
Meaning : সুবিধা ভোগ কৰা কার্য
Example : সামন্ত যুগত বেছিভাগ ধনৱান লোকে ভোগ-বিলাসতে নিজৰ জীৱন অতিবাহিত কৰিছিল
Synonyms : উপভোগ, ভোগ-বিলাস, সুখ-ভোগ
Install App