Meaning : বিবাহ বা তাৰ নিশ্চয়
Example :
মংগলাৰ বাবে বিলাসপুৰত সম্বন্ধ ঠিক হʼল
Meaning : দুটা বস্তুৰ মাজত কোনো ধৰণৰ সম্পর্কৰ বিষয়ে বর্ণ্্না কৰা তত্ত্ববিশেষ
Example :
একেলগে থাকোতে থাকোতে জন্তুৰ লগতো সম্বন্ধ হৈ যায়
Synonyms : সম্পর্ক
Meaning : সম্বন্ধীয় হোৱা এক অৱস্থা
Example :
সম্বন্ধ দুয়োফালৰ পৰা বর্তাই ৰাখিলেহে জীয়াই থাকে
Meaning : মানুহৰ সেই পাৰস্পৰিক সম্বন্ধ যিটো এটা বংশত জন্ম লোৱা অথবা বিবাহ আদি কৰাৰ পৰা হয়
Example :
মাধুৰিমাৰ সৈতে আপোনাৰ সম্পর্ক কি ?
Synonyms : সম্পর্ক
Meaning : একেলগে মিলি থকা, জোৰা লগা বা বান্ধ খোৱা কার্য
Example :
বানপানীৰ কাৰণে গাঁৱৰ সম্বন্ধ অন্য ঠাইৰ সৈতে বিচ্ছিন্ন হৈ পৰিল প্রেম-ভাৱেৰে পাৰস্পৰিক ্সম্পর্কত ঘনিষ্ঠতা আনিব পাৰি
Synonyms : সম্পর্ক