Subscribe
URL of the page has been copied to clipboard.
Meaning : মানৱ সমাজত বংশ-পৰম্পৰা অনুসৰি কৰা শ্রেণীবিভাগ:হিন্দু সমাজত একে জাতিৰ ভিতৰতে বিয়া হোৱা প্রথা আছে
Example :
Synonyms : কুল, গোত্র, জাত, জাত-কুল, জাতি, বংশ, বর্ণ, ্ জাত-পাত
Meaning : কোনো বিশেষ ধার্মিক মত বা প্রণালী
Example : তেওঁ শৈৱ ্সম্প্রদায়ৰ অনুগামী
Synonyms : পন্থ
Meaning : কোনো বিষয় বা সিদ্ধান্তৰ বিষয়ে একেধৰণৰ মত পোষণ কৰা লোক বা শ্রেণী
Example : জৈন ধর্মৰ অন্তর্গত ্দুটা শাখা আছে- দিগম্বৰ আৰু শ্বেতাম্বৰ
Synonyms : শাখা
Install App