Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word সম্পূর্ণ from অসমীয়া dictionary with examples, synonyms and antonyms.

সম্পূর্ণ   বিশেষ্য

Meaning : সমাপ্ত হোৱাৰ ভাব বা কার্য

Example : মহাত্মা গান্ধীৰ দেহাৱসানৰ লগে লগে এটা যুগৰ অন্ত পৰিল

Synonyms : অন্ত, অৱধি, অৱসান, ইতি, উপসংহাৰ, ওৰ, খতম, নিঃশেষ, নিষ্পত্তি, নিষ্পাদন, পতন, পৰিসমাপ্তি, যতি, যৱনিকা, শেষ, শেহ, শেহান্তৰ, সমাধা, সমাপন, সমাপ্তি, সাং

সম্পূর্ণ   ক্ৰিয়া বিশেষণ

Meaning : সম্পূর্ণ ৰূপত

Example : এই কথাটো সম্পূর্ণ মিছা তেওঁ ্ৰাস্তাটোৰ একদম সোঁমাজত থিয় হৈ আছিল

Synonyms : একদম, একেবাৰে

সম্পূর্ণ   বিশেষণ

Meaning : যি ্ সর্বতোপ্রকাৰে পূর্ণ ্ বা ভৰি থকা

Example : লালাজীৰ ঘৰ ধন-ধানেৰে পৰিপূর্ণ

Synonyms : খুন্দখাই থকা-, ঠাহখাই থকা-, পূর্ণ, পৰিপূর্ণ, ভর্তি, ভৰপূৰ

Meaning : কোনো অৱশিষ্ট নথকা

Example : মই কৰা কামটো এতিয়া শেষ হʼল

Synonyms : খতম, নিষ্পন্ন, নিষ্পাদিত, পূর্ণ, পৰিসমাপ্ত, শেষ, সমাপন্ন, সমাপিত, সমাপ্ত, সম্পন্ন, সম্পাদিত, ্পূৰ

Meaning : আৰম্ভণিৰ পৰা শেষলৈকে

Example : তেওঁ এই ্ঘটনাটোৰ সম্পূর্ণ বর্ণ্্না পুলিচৰ আগত দাঙি ধৰিলে

Synonyms : আদ্যোপান্ত

Meaning : কোনো অংশ বা খণ্ডৰ গোটেইখিনি

Example : বেঙেনাৰ আঞ্জা বনাবৰ কাৰণে সেইখিনি প্রথমে সম্পূর্ণকৈ ভাজিব লাগে

Synonyms : পূৰা

Meaning : যিমান আছে সকলোখিনি

Example : এই গাঁওখনৰ মুঠ বাসিন্দা কিমান ?

Synonyms : মুঠ, সকলো, সমগ্র, সমস্ত, সমুদায়, সর্বমুঠ

Meaning : যʼত একো কম হৈ থকা নাই

Example : তেওঁ নিজৰ বন্ধুক সৈমান কৰিবলৈ সম্পূর্ণ ্চেষ্টা কৰিলে