Subscribe
URL of the page has been copied to clipboard.
Meaning : একে ঠাইতে উপস্থিত বা এটাতকৈ অধিকভাৱে থকা মানুহ, পশু আদিৰ গোট বা শ্রেণী বিশেষ
Example : খেতিডৰা পশুৰ জাকে আহি খাস্তাং কৰি থৈ গʼল
Synonyms : জাক, পাল, সমূহ
Meaning : সামান্য ধর্ম ্অথবা স্বৰূপ নি্র্ণয়ৰ বাবে কৰা পদার্থ আদিৰ সমূহ
Example : অর্থৰ ্আধাৰত এই শ্্ব্দবোৰক তিনিটা শ্রেণীত ভগাব পাৰি
Synonyms : শ্রেণী, ্বর্গ
Meaning : যিমান আছে সকলোখিনি
Example : এই গাঁওখনৰ মুঠ বাসিন্দা কিমান ?
Synonyms : মুঠ, সকলো, সমগ্র, সমস্ত, সম্পূর্ণ, সর্বমুঠ
Install App