Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word সমীক্ষা from অসমীয়া dictionary with examples, synonyms and antonyms.

সমীক্ষা   বিশেষ্য

Meaning : কোনো বস্তু বা কথা আদিৰ ্সন্দর্ভত চলোৱা গভীৰ সম্পৰীক্ষা বা বিচাৰ

Example : এই বছৰ চৰকাৰে সাক্ষৰতা অভিযানৰ সমীক্ষা চলাব

Meaning : সম্পূর্ণ পৰীক্ষা-নিৰীক্ষাৰ অন্তত কোনো সিদ্ধান্তত উপনীত হোৱা ক্রিয়া

Example : জৰীপৰ পৰা জানিব পৰা গৈছে যে কিছু বছৰৰ পিছত ভাৰতবর্ষৰ জনসংখ্যা চীন দেশতকৈও অধিক হʼব

Synonyms : জৰীপ