Subscribe
URL of the page has been copied to clipboard.
Meaning : সংযোজিত হোৱা ভাব বা ক্রিয়া
Example : এই ঔষধটোত ভালেমান পদার্থৰ সংমিশ্রণ ঘটোৱা হৈছে
Synonyms : সংমিশ্রণ, সংযোজন, সমাহাৰ
Meaning : বিশাল জনসমাগমৰ প্রদর্শন
Example : এই সমাবেশত ডাঙৰ ডাঙৰ নেতাই অংশগ্রহণ কৰিছে
Synonyms : জনসভা, সমাবেশ, ৰেলি
Install App