Meaning : কোনো প্রথা বা নিয়মৰ অন্ত হোৱা
Example :
বর্ত্্মান সমাজৰ পৰা সতীদাহ প্রথা সম্পূর্ণৰূপে শেষ হʼল
Synonyms : নির্মূল ্হোৱা, শেষ হোৱা
Meaning : কোনো কার্য আদি পূর্ণ ্হোৱা
Example :
ছোৱালীজনীৰ বিয়াখন ভালদৰেই অন্ত পৰিল
Synonyms : অন্ত পৰা