Subscribe
URL of the page has been copied to clipboard.
Meaning : আকাৰ, পৰিমাণ, গুণ, মূল্য, মহত্ব আদিৰ ক্ষেত্রত একে বুজোৱা:এক টকা এশ পইচাৰ সমান, আপুনি মোৰ দেউতাৰ নিচিনা
Example :
Synonyms : দৰে, নিচিনা, যেন, লেখিয়া, লেখীয়া
Meaning : যি দেখিবলৈ একেধৰণৰ:এই দুইটা পুতলা দেখিবলৈ একে
Synonyms : অনুৰূপ, অবিকল, একে, তদ্রূপ, তুল্য, প্রতিম, সংকাশ, সদৃশ, সন্মিত, সমতুল, সমতুল্য, সমৰূপী, সাইলাখ, হুবহু
Install App