Subscribe
URL of the page has been copied to clipboard.
Meaning : নিজৰ প্রতিনিধি বাচনি কৰাৰ অধিকাৰ থকা ঠাই বা ক্ষেত্র
Example : কিছুমান সমষ্টিত নি্র্বাচনৰ সময়ত বহুত গণ্ডগোল হয়
Synonyms : নি্র্বাচন সমষ্টি
Meaning : একে ঠাইতে জমা কৰা বা হোৱা একাধিক বস্তুৰ একত্রিত ৰূপ
Example : সমূহ ৰাইজৰ হৈ তেওঁ ্ কথাষাৰ কʼলে সুৰেশে খৰিৰ দʼমত জুই লগাই দিলে
Synonyms : গণ, গোট, জাক, জুম, দʼম, দল, পাল, পুঞ্জ, বাঁহ, মখা, মাউখ, যূথ, সমূহ
Meaning : একে ধৰণৰ বহুত বস্তুৰ কিছুমান ওখ সমষ্টি
Example : ৰাম আৰু শ্যামৰ মাজত শস্যৰ দʼমৰ ভাগ-বাটোৱাৰা হʼল
Synonyms : গোট, দʼম, সমূহ, ৰাশি
Install App