Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word সমষ্টি from অসমীয়া dictionary with examples, synonyms and antonyms.

সমষ্টি   বিশেষ্য

Meaning : নিজৰ প্রতিনিধি বাচনি কৰাৰ অধিকাৰ থকা ঠাই বা ক্ষেত্র

Example : কিছুমান সমষ্টিত নি্র্বাচনৰ সময়ত বহুত গণ্ডগোল হয়

Synonyms : নি্র্বাচন সমষ্টি

Meaning : একে ঠাইতে জমা কৰা বা হোৱা একাধিক বস্তুৰ একত্রিত ৰূপ

Example : সমূহ ৰাইজৰ হৈ তেওঁ ্ কথাষাৰ কʼলে সুৰেশে খৰিৰ দʼমত জুই লগাই দিলে

Synonyms : গণ, গোট, জাক, জুম, দʼম, দল, পাল, পুঞ্জ, বাঁহ, মখা, মাউখ, যূথ, সমূহ

Meaning : একে ধৰণৰ বহুত বস্তুৰ কিছুমান ওখ সমষ্টি

Example : ৰাম আৰু শ্যামৰ মাজত শস্যৰ দʼমৰ ভাগ-বাটোৱাৰা হʼল

Synonyms : গোট, দʼম, সমূহ, ৰাশি