Meaning : কোনোবাই কৰা কামৰ সন্মুখত ৰৈ দিয়া পৰামর্শক সঠিক বুলি মানি লৈ দিয়া স্বীকৃতি
Example :
আমি এই প্রস্তাৱটোত অনুমোদন জনাইছোঁ
Synonyms : অনুমোদন
Meaning : কোনো কথা বা বিচাৰত উপস্থিত বা সম্বন্ধ থকা সকলো লোকে একেটা কথাতে সন্মতি দিয়া এক পৰিস্থিতি
Example :
সর্বসন্মতিৰে ৰামক এই সংস্থাটোৰ সচিব নি্র্বাচন কৰা হৈছে
Synonyms : অনুমোদন, মঞ্জুৰ, সর্বসন্মতি