Meaning : বৈঠকৰ আহ্বান কৰা সভা-সমিতি আদিৰ সদস্য
Example :
কিছুমান জৰুৰী কাৰণত সমন্বয়কে আজিৰ সভা অনুষ্ঠিত কৰিছে
Synonyms : সমন্বয় কর্তা
Meaning : মিল হোৱা কার্য ্ বা ভাব
Example :
নাটকৰ পৰিসমাপ্তিত নায়ক আৰু নায়িকাৰ মিলন হʼল
Synonyms : মিলন, মিলা-প্রীতি, সংযোগ
Meaning : কার্য ্বা কাৰণ আদিৰ সৈতে সংগতি থকা
Example :
সমন্বয়ত সমস্যানো কʼত থাকে ?