Subscribe
URL of the page has been copied to clipboard.
Meaning : যি দেখিবলৈ একেধৰণৰ:এই দুইটা পুতলা দেখিবলৈ একে
Example :
Synonyms : অনুৰূপ, অবিকল, একে, তদ্রূপ, তুল্য, প্রতিম, সংকাশ, সদৃশ, সন্মিত, সমতুল, সমান, সমৰূপী, সাইলাখ, হুবহু
Meaning : সকলো কথা আৰু কামতে কাৰোবাৰ সৈতে সমান হোৱা
Example : সেই ব্যক্তিজন মোৰ সমকক্ষ
Synonyms : সমকক্ষ
Install App