Subscribe
URL of the page has been copied to clipboard.
Meaning : শীল আৰু সজ্জন হোৱা ভাব
Example : সকলোৰে সৈতে শিষ্টতাপূর্ণ ব্যৱহাৰ কৰিব লাগে
Synonyms : ভদ্রতা, শালীনতা, শিষ্টতা, সজ্জনতা
Meaning : যি কথা বা কামে কোনো জাতি বা ৰাষ্ট্রক উন্নত, শিক্ষিত আৰু সৌজন্যমূলক হিচাপে সূচায়
Example : হৰপ্পা আৰু মহেঞ্জোদাৰো ভাৰতৰ প্রাচীন সভ্যতাৰ উৎকৃষ্ট নি্দর্শন
Meaning : সদস্য হোৱা অৱস্থা বা ভাব
Example : শীতলে ছাত্র পৰিষদৰ সভ্যতা গ্রহণ কৰিলে
Synonyms : সদস্যতা
Install App