Subscribe
URL of the page has been copied to clipboard.
Meaning : কোনো গুৰুত্বপূর্ণ বিষয়ৰ আলোচনা কৰিবলৈ আযোজন কৰা অনুষ্ঠান:কৃষকৰ ৰাষ্ট্রীয় সভাত কৃষকসকলৰ সমস্যা সম্পর্কে বিতং আলোচনা কৰা হʼল
Example :
Synonyms : অধিৱেশন, কনফাৰেন্স, বৈঠক, মিটিং, মেল-মিটিং, সন্মিলন, সন্মিলনী
Meaning : মানুহৰ আনুষ্ঠানিক দল বা সংগঠন
Example : ফেব্রুৱাৰীত সংসদ সভা ভংগ কৰা হʼব
Synonyms : কমিটি, পৰিষদ, সমিতি
Install App