Subscribe
URL of the page has been copied to clipboard.
Meaning : যুদ্ধ বা খেল আদিত শত্রু বা বিপক্ষক হৰুৱাই লাভ কৰা সফলতা
Example : আজিৰ খেলত ভাৰতৰ জয় হʼল
Synonyms : জিকন, জিত, জিতন, জয়, বিজয়
Meaning : সফল হোৱা অৱস্থা বা ভাব
Example : গণেশে যি কামতে হাত দিয়ে, তাতেই সফলতা লাভ কৰে
Install App