Subscribe
URL of the page has been copied to clipboard.
Meaning : যি লাভ, যশ আদিৰ দৃষ্টিত ঠিক আছে বা যি সঠিক ব্যৱহাৰ হৈছে
Example : আপোনাৰ দর্শনে মোৰ জীৱন সার্থক কৰিলে
Synonyms : সফল, সফলক্াম, সার্থক, সিদ্ধকাম
Meaning : যি চেষ্টা কৰি কোনো কার্য ্বা উদ্দেশ্য পূর্ণ কৰি লয়
Example : মোহন এই কামত সফল হʼল
Synonyms : কৃতকার্য, কৃতকার্য্য, কৃতকৃত্য, সফল, সফলকাম, সার্থক, সিদ্ধকাম, সিদ্ধমনোৰথ
Install App