Subscribe
URL of the page has been copied to clipboard.
Meaning : যি জিকিব পাৰে বা জিকাৰ যোগ্য
Example : দুষ্টও প্রেমৰ দ্বাৰা জয়ী হয়
Synonyms : জিকাৰু, জিনোতা, জিষ্ণু, জেতা, জয়যুক্ত, জয়শীল, জয়ী, বশকাৰী, বিজেতা, বিজয়ী
Meaning : যি লাভ, যশ আদিৰ দৃষ্টিত ঠিক আছে বা যি সঠিক ব্যৱহাৰ হৈছে
Example : আপোনাৰ দর্শনে মোৰ জীৱন সার্থক কৰিলে
Synonyms : সফল মনোৰথ, সফলক্াম, সার্থক, সিদ্ধকাম
Meaning : যি চেষ্টা কৰি কোনো কার্য ্বা উদ্দেশ্য পূর্ণ কৰি লয়
Example : মোহন এই কামত সফল হʼল
Synonyms : কৃতকার্য, কৃতকার্য্য, কৃতকৃত্য, সফল মনোৰথ, সফলকাম, সার্থক, সিদ্ধকাম, সিদ্ধমনোৰথ
Install App