Subscribe
URL of the page has been copied to clipboard.
Meaning : যিজনে সাংসাৰিক বস্তু তথা সুখৰ প্রতি ৰাগ অথবা আসক্তি একেবাৰে এৰি দিছে
Example : ৰামুৱে শ্রদ্ধা সহকাৰে সন্যাসীসকলৰ সেৱা আগবঢ়ায়
Meaning : যি সাংসাৰিক বস্তু তথা সুখৰ প্রতি ৰাগ অথবা আসক্তি একেবাৰে এৰি দিছে
Example : জৰা, মৃত্যু আদি দেখাৰ পিছতহে ভগৱান বুদ্ধ সংসাৰৰ প্রতি বিৰক্ত হʼল
Synonyms : বিমুখ, বিৰক্ত, বিৰাগ, বৈৰাগী
Meaning : সন্যাস আশ্রমত প্রৱেশ কৰাজন
Example : তেওঁ কুম্ভ মেলাত বহুতো সন্যাসীক লগ পালে
Install App