Subscribe
URL of the page has been copied to clipboard.
Meaning : কোনো বস্তু পচন্দ কৰা বা ভাল বুলি অনুভৱ কৰা কার্য ্বা ভাব
Example : তেওঁৰ সন্মতিত আমি সন্তুষ্ট হৈছোঁ
Synonyms : অনুমোদন, স্বীকৃতি
Meaning : ওঁ বুলি কোৱা কার্য
Example : দেউতাই সন্মতি দিলেহে মই এইটো কাম কৰিম
Synonyms : হয়ভৰ
Meaning : সহমত প্রকাশ কৰা ভাব বা কার্য
Example : তেওঁলোক দুয়োজনে সন্মতি জনাইছে
Synonyms : ্মান্তি, ্সমর্থন, ৰাজি, ৰাজী
Meaning : বিশেষ অৱস্থাত কাম কৰিবলৈ অথবা কর্তব্য বা দায়িত্ব পূৰণ কৰিবলৈ কাৰোবাক দিয়া অনুমতি
Example : পৰীক্ষাত কেলকুলেটৰ ব্যৱহাৰৰ সুযোগ দিয়া হৈছে
Synonyms : অনুজ্ঞা দান, মঞ্জুৰি, সুযোগ
Install App