Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word সন্তোষ from অসমীয়া dictionary with examples, synonyms and antonyms.

সন্তোষ   বিশেষ্য

Meaning : কোনো কথা বা কামৰ বাঞ্ছা নকৰাকৈ সদায় প্রসন্ন হৈ থকা মনৰ এক অৱস্থা

Example : সন্তোষে মানুহৰ সুখ আৰু শান্তি প্রদান কৰে

Meaning : তৃপ্ত হোৱাৰ অৱস্থা বা ভাব

Example : বুদ্ধই জ্ঞানপ্রাপ্তিৰ পিছত তৃপ্তি লভিলে

Synonyms : তৃপ্তি, পৰিতুষ্টি, পৰিতৃপ্তি, পৰিতোষ, সন্তুষ্টি

Meaning : ভয়ানক অৱস্থাতো হোৱা সন্তোষজনক কোনো কথা

Example : সন্তোষৰ কথা যে গুলীটো ভৰিত লাগিল

Meaning : সন্তুষ্ট হোৱাৰ ভাব বা অৱস্থা

Example : ৰামৰ চেহেৰাত সন্তুষ্টিৰ ৰেঙণি আছিল

Synonyms : আনন্দ, আহ্লাদ, উলাহ, উলাহ-বিলাহ, উল্লাস, খুচ, খুছ, প্রফুল্লতা, প্রসন্নতা, সন্তুষ্টি, স্ফূর্ত্তি, হৰিষ, ্হর্ষ

Meaning : কোনো কথাৰ চিন্তা, অপেক্ষা বা অভিযোগ নথকা বা কোনো কথাৰ দ্বাৰা সম্পূর্ণ্্ভাৱে প্রসন্ন হোৱা ভাব

Example : মোৰ কামৰ দ্বাৰা আপুনি সন্তোষ পাইছেনে নাই

Synonyms : সন্তুষ্টি